Jump to content

ৱিকিমেনিয়া ২০২৫

From Wikimania
This page is a translated version of the page 2025:Wikimania and the translation is 88% complete.
06th – 09th August 2025, Nairobi and Online
Wikimania@20: Inclusivity . Impact . Sustainability


ৱিকিমেনিয়া হৈছে ৱিকিমিডিয়া ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত সকলো ধৰণৰ বিনামূলীয়া জ্ঞান প্ৰকল্প উদযাপনৰ এক বাৰ্ষিক সন্মিলন। Commons Wikimedia Commons, MediaWiki MediaWiki, Meta-Wiki Meta-Wiki, Wikibooks Wikibooks, Wikidata Wikidata, Wikinews Wikinews, Wikipedia Wikipedia, Wikiquote Wikiquote, Wikisource Wikisource, Wikispecies Wikispecies, Wikiversity Wikiversity, Wikivoyage Wikivoyage, Wiktionary Wiktionary and Wikifunctions Wikifunctions

– চাৰিদিনীয়া এই সন্মিলনখন আলোচনা, মিটআপ, প্ৰশিক্ষণ, আৰু কৰ্মশালাৰ সৈতে অনুষ্ঠিত হয়। বিশ্বৰ শ শ স্বেচ্ছাসেৱক আৰু মুক্ত জ্ঞানৰ কৰ্ণধাৰকে বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ, নতুন প্ৰকল্প আৰু পদ্ধতিৰ ওপৰত প্ৰতিবেদন আগবাঢ়োৱা, আৰু ধাৰণা বিনিময় কৰিবলৈ একত্ৰিত হয়।

বাৰ্ষিকভাৱে অনুষ্ঠিত ৱিকিমেনিয়াৰ বিংশতিতম সংস্কৰণ ৱিকিমেনিয়া ২০২৫ অনলাইন আৰু অফলাইন উভয় মাধ্যমেৰে ৬-৯ আগষ্ট ২০২৫ তাৰিখত নাইৰবিৰ, কেনিয়াত অনুষ্ঠিত হ'ব। পূব আফ্ৰিকাৰ ৱিকিমিডিয়া স্বেচ্ছাসেৱক আৰু ব্যৱহাৰকাৰী গোটসমূহৰ (EARTHub) আৰু ৱিকিমিডিয়া ফাউণ্ডেচনৰ সহযোগত এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ব।

ৱিকিমেনিয়াৰ ২০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ পৰিপ্ৰেক্ষিতত এই সংস্কৰণটো এক বৃহৎ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।

এই পৃষ্ঠাটো এতিয়াও নিৰ্মিয়মান অৱস্থাত আছে। ইয়াৰ মাজতে যদি আপুনি ভ্ৰমণ সম্পৰ্কত কোনো তথ্য বিচাৰিছে, তেন্তে আপুনি নাইৰবি, কেনিয়া বা পূৱ আফ্ৰিকাৱিকিভয়েজৰ পৃষ্ঠাসমূহ চাব পাৰে।

সংগঠন দলটোক লগ কৰক। সাধাৰণ অনুসন্ধানৰ বাবে, আপুনি আমাৰ বাৰ্তা পৃষ্ঠাত গৈ পোষ্ট কৰিব পাৰে বা wikimania(_AT_)wikimedia.org লৈ এটা ইমেইল বাৰ্তা প্ৰেৰণ কৰিব পাৰে।