২০২৪:ৱিকিমেনিয়া
প্ৰতিবছৰে শ শ ৱিকিমিডিয়ান একত্ৰিত হৈ বাৰ্ষিক ৱিকিমেনিয়া বিশ্ব সন্মিলনত মুক্ত তথা বিনামূলীয়া জ্ঞান উদ্যাপন কৰে। ১৯ সংখ্যক ৱিকিমেনিয়া মধ্য আৰু পূব ইউৰোপ অঞ্চলৰ ৱিকিমিডিয়ান আৰু ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অংশীদাৰিত্ব হিচাপে ৭–১০ আগষ্টত পোলেণ্ডৰ কাট’ৱিচত অনুষ্ঠিত হ’ব। ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুক্ত তথা বিনামূলীয়া জ্ঞান প্ৰদান কৰা বিষয়ববীয়াসকলক বিভিন্ন বিষয় সন্দৰ্ভে আলোচনা কৰিব, নতুন প্ৰকল্প আৰু পদ্ধতি সন্দৰ্ভে প্ৰতিবেদন প্ৰস্তুত কৰিব, নেটৱৰ্ক গঢ়ি তুলিব আৰু ধাৰণা বিনিময় কৰিব পৰাকৈ আতিথ্য প্ৰদান কৰা হ’ব।
কাৰ্যসূচী
পঞ্জীয়ন
The registration has concluded. Thank you everyone who joined us!
ৱিকিমেনিয়া কাট’ৱিচ শাৰীৰিকভাৱে আৰু অনলাইনত অনুষ্ঠিত হ’ব। শাৰীৰিক পঞ্জীয়নৰ খৰচৰ বাবে ৱিকিমিডিয়া ফাউণ্ডেশ্যনে আৰ্থিক সাহায্য প্ৰদান কৰিব আৰু ইয়াৰ মূল্য হ’ব ১০০ মাৰ্কিন ডলাৰ। ভাৰ্চুৱেল অনুষ্ঠানৰ বাবে সম্পূৰ্ণৰূপে ৱিকিমিডিয়া ফাউণ্ডেশ্যনে পুঁজি যোগান ধৰিব আৰু অনুষ্ঠানটো বিনামূলীয়া হৈ থাকিব।
Venue
ৱিকিমেনিয়াৰ বিষয়ে
ৱিকিমেনিয়া হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা সকলো বিনামূলীয়া জ্ঞানৰ প্ৰকল্প – Wikimedia Commons, MediaWiki, Meta-Wiki, Wikibooks, Wikidata, Wikifunctions, Wikinews, Wikipedia, Wikiquote, Wikisource, Wikispecies, Wikiversity, Wikivoyage, আৰু Wiktionary – উদ্যাপনৰ উদ্দেশ্যে বাৰ্ষিকভাৱে আয়োজিত বহুদিনীয়া আলোচনা, সাক্ষাৎ, প্ৰশিক্ষণ আৰু কৰ্মশালাৰ এক সন্মিলন। সমগ্ৰ বিশ্বৰ শ শ স্বেচ্ছাসেৱক আৰু মুক্ত তথা বিনামূলীয়া জ্ঞান প্ৰদান কৰা বিষয়ববীয়াসকল বিভিন্ন বিষয় সন্দৰ্ভে আলোচনা কৰিবলৈ, নতুন প্ৰকল্প আৰু পদ্ধতি সন্দৰ্ভে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আৰু ধাৰণাৰ বিনিময়ৰ উদ্দেশ্যে একত্ৰিত হয়।
অনুষ্ঠানৰ অংশীদাৰ
-
Wikimedia Polska
-
Wikimedia Europe
-
European City of Science Katowice
-
Centrum Cyfrowe
-
Fundacja Web-Korki
-
Krajowy Ośrodek Wsparcia Rolnictwa
-
Narodowa Orkiestra Symfoniczna Polskiego Radia
-
Silesia Music Center
Wikimania throughout the years
Frankfurt 2005 ● Boston 2006 ● Taipei 2007 ● Alexandria 2008 ● Buenos Aires 2009 ● Gdańsk 2010Haifa 2011 ● Washington, D.C. 2012 ● Hong Kong 2013 ● London 2014 ● Mexico City 2015 ● Esino Lario 2016 ● Montréal 2017 ● Cape Town 2018 ● Stockholm 2019
online 2021 ● online 2022 ● Singapore 2023 ● Katowice 2024 ● Nairobi 2025 (+/-)